अर्थ : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
उदाहरण :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
पर्यायवाची : কৃষ্ণাঙ্গ
अर्थ : যিটো অত্যধিক বা বহুত কʼলা
उदाहरण :
কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
पर्यायवाची : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা