सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু একেলগ কৰি মেৰিয়াই লোৱা বা একমুঠ কৰি লোৱা সংগ্রহ
उदाहरण : তেওঁ ্বজাৰ পৰা চাৰি মুঠা জুইশলা আনিলে
पर्यायवाची : আটি, পোলা, মুঠা
अर्थ : একে ঠাইতে লাগি থকা বা বান্ধ খাই থকা সৰু বস্তুৰ সমূহ
उदाहरण : নাজানো চাবিৰ কোছাটো কʼতনো হেৰাল ?
पर्यायवाची : গুচ্ছ, মুঠা
इंस्टॉल करें