पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কোণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কোণ   বিশেষ্য

अर्थ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে

उदाहरण :

पर्यायवाची : কোণা, খোঁক, খোহ, চুক

अर्थ : ঘৰ, গলী অথবা পথৰ আগফালে ওলাই থকা কোণা বিশেষ

उदाहरण : চাৰিআলিটোৰ চকত থিয় হৈ থকা লʼৰাটোক ট্রাকে চেপিলে

पर्यायवाची : কর্ণাৰ, কোণা, চক, চুক

अर्थ : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়

उदाहरण : কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে

पर्यायवाची : আইচক্রীম কোণ

अर्थ : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান

उदाहरण : এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ

चौपाल