अर्थ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
उदाहरण :
তেওঁ বিচনাখন কোবাই আছে
पर्यायवाची : কোবাই থকা
अर्थ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
उदाहरण :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
पर्यायवाची : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা