अर्थ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
उदाहरण :
সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
पर्यायवाची : অদৃঢ়তা, অপৰিপক্কতা
अर्थ : কোমল হোৱা অৱস্থা বা ভাব
उदाहरण :
ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
अर्थ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
उदाहरण :
ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল