सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
उदाहरण : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
पर्यायवाची : কোষ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ
अर्थ : বহুত ধন থকা কোষ বা স্থান
उदाहरण : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
पर्यायवाची : কোষ, খাজানা, ভাণ্ডাৰ
अर्थ : ৰজা বা ধনীসকলে কাপোৰ বা গহনা ৰখা ডাঙৰ কোঠা বা স্থান
उदाहरण : চোৰবোৰে কোষাগাৰৰ চিপাহীক বেহুচ কৰি দিলে
इंस्टॉल करें