अर्थ : কোৰিয়া দেশৰ অধিবাসী
उदाहरण :
সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে
पर्यायवाची : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী
अर्थ : যি লিপিত কোৰিয়ান ভাষা লিখা হয়
उदाहरण :
অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল
पर्यायवाची : কোৰিয়ান লিপি
अर्थ : কোৰিয়া দেশৰ ভাষা
उदाहरण :
কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে
पर्यायवाची : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা
अर्थ : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত
उदाहरण :
কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ
अर्थ : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে