अर्थ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
उदाहरण :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
पर्यायवाची : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
अर्थ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
उदाहरण :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
पर्यायवाची : বুজোৱা
अर्थ : স্থিৰ কৰা
उदाहरण :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
अर्थ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
उदाहरण :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
पर्यायवाची : লোৱা
अर्थ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
उदाहरण :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
पर्यायवाची : জনোৱা
अर्थ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
उदाहरण :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
पर्यायवाची : উচ্চাৰণ কৰা
अर्थ : কিবা কৈ বাধক হোৱা
उदाहरण :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
अर्थ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
उदाहरण :
পইচাই কথা কয়
अर्थ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
उदाहरण :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
अर्थ : কিবা কৰিবলৈ আদেশ দিয়া
उदाहरण :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
पर्यायवाची : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
अर्थ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
उदाहरण :
তেওঁ কʼলে যে ৰহিম আজি নাহে
अर्थ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
उदाहरण :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে