पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কোৱা   বিশেষ্য

अर्थ : কোৱা কথা

उदाहरण : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

पर्यायवाची : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

अर्थ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

उदाहरण : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

पर्यायवाची : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

अर्थ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

उदाहरण : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

पर्यायवाची : বুজোৱা

अर्थ : স্থিৰ কৰা

उदाहरण : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

अर्थ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

उदाहरण : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

पर्यायवाची : লোৱা

अर्थ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

उदाहरण : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

पर्यायवाची : জনোৱা

अर्थ : ভাল-বেয়া কোৱা

उदाहरण : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

पर्यायवाची : শুনোৱা

अर्थ : কোনো কথা কোৱাত প্রবৃত্ত কৰা

उदाहरण : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

पर्यायवाची : আওৰোৱা

अर्थ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

उदाहरण : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

पर्यायवाची : উচ্চাৰণ কৰা

अर्थ : কিবা কৈ বাধক হোৱা

उदाहरण : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

अर्थ : নামেৰে জনা

उदाहरण : মানুহে গান্ধীজীক বাপু বুলিও কয়

पर्यायवाची : মতা

अर्थ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

उदाहरण : পইচাই কথা কয়

अर्थ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

उदाहरण : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

अर्थ : মৌখিক ্বর্ণ্্না কৰা কার্য

उदाहरण : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

पर्यायवाची : শুনোৱা

अर्थ : কিবা কৰিবলৈ আদেশ দিয়া

उदाहरण : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

पर्यायवाची : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

अर्थ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

उदाहरण : তেওঁ কʼলে যে ৰহিম আজি নাহে

अर्थ : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

उदाहरण : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

पर्यायवाची : বেকত কৰা, বোলা

अर्थ : অভিহিত কৰা

उदाहरण : বেণাৰসক কাশী বুলিও কোৱা হয়

पर्यायवाची : অভিহিত কৰা

কোৱা   বিশেষণ

अर्थ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

उदाहरण : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে

चौपाल