अर्थ : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ
उदाहरण :
আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে
पर्यायवाची : শ্রেণীকোঠা
अर्थ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
उदाहरण :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
पर्यायवाची : শ্রেণী
अर्थ : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে
उदाहरण :
শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল
पर्यायवाची : ইয়েৰ