सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি
उदाहरण : সময় কাৰোবাবে ৰৈ নাথাকে
पर्यायवाची : কাল, বেলা, সময়
अर्थ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি
उदाहरण : এই কামটো কৰিবৰ সময় হʼল
पर्यायवाची : দাও, বেলা, সময়, সুচল, সুযোগ
अर्थ : কাল বা সময়ৰ সবাটোকৈ সৰু একক
उदाहरण : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
पर्यायवाची : নিমেষ, লহমা
अर्थ : অনিশ্চিত কম সময়
उदाहरण : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
पर्यायवाची : খন্তেক, চেকেণ্ড, মিনিট
इंस्टॉल करें