पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ক্ষমতা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ক্ষমতা   বিশেষ্য

अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

उदाहरण : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

पर्यायवाची : এনার্জি, তেজ, শক্তি

अर्थ : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি

उदाहरण : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ

पर्यायवाची : ধাৰণ ক্ষমতা

अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

उदाहरण : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

पर्यायवाची : উপযুক্ততা, যোগ্যতা, সামর্থ্য

अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

उदाहरण : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

पर्यायवाची : শক্তি, সামর্থ্য

चौपाल