सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
उदाहरण : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত
पर्यायवाची : অনুতাপ, আফচোচ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখ, দুখিত
अर्थ : মনত হেঁচি ৰখা ক্রোধ, দুখ বা দ্বেষ
उदाहरण : দেউতা কার্যালয়ৰ পৰা ঘূৰি অহাৰ লগে লগেই মায়ে দিনটোৰ ক্ষোভ উজাৰিলে
अर्थ : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে
उदाहरण : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল
पर्यायवाची : অশান্তি, উদ্বেগ
इंस्टॉल करें