अर्थ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
उदाहरण :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
पर्यायवाची : কৰ মুক্ত
अर्थ : যʼত কৰ আৰোপ কৰা হোৱা নাই
उदाहरण :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
पर्यायवाची : কৰহীন