सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
उदाहरण : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
पर्यायवाची : প্রতিবাদ, বিৰোধ
अर्थ : ভঙা-চিঙা বা কটা-কটি কৰা কার্য
उदाहरण : পুলিচে মূর্তি খণ্ডনত লাগি থকা মানুহক ধৰি লৈ গʼল
इंस्टॉल करें