पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से খাল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

খাল   বিশেষ্য

अर्थ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত

उदाहरण : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে

पर्यायवाची : জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ

अर्थ : দীঘল আৰু গভীৰ ্গাঁত

उदाहरण : চালকৰ অসাৱধানতাৰ কাৰণেই বাছখন খাৱৈত পৰিল

पर्यायवाची : খাদ, খাৱৈ

अर्थ : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ

उदाहरण : কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে

पर्यायवाची : গাঁত

चौपाल