अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
उदाहरण :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
पर्यायवाची : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত
अर्थ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
उदाहरण :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
पर्यायवाची : বহিষ্কৃত
अर्थ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
उदाहरण :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
पर्यायवाची : বহিষ্কৃত