सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল
उदाहरण :
पर्यायवाची : কংকণ, কঙ্কণ
अर्थ : গোলাকাৰ বস্তু
उदाहरण : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে
पर्यायवाची : বলয়, বৃত্ত
अर्थ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
उदाहरण : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
पर्यायवाची : খাৰুৱা
अर्थ : শিকলিৰ ৰচীৰ এক অংশ
उदाहरण : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
पर्यायवाची : আঙুঠি
इंस्टॉल करें