सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
उदाहरण :
पर्यायवाची : খিড়িকি, গৱাক্ষ, জানলা, জানালা, বাতায়ন
अर्थ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
उदाहरण : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
पर्यायवाची : গৱাক্ষ, বাতায়ন
अर्थ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
उदाहरण : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
पर्यायवाची : খিৰিকী, গৱাক্ষ, বাতায়ন
अर्थ : ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে
उदाहरण : কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে
इंस्टॉल करें