अर्थ : যিজন বেপাৰীয়ে কম-কমকৈ মালবস্তু কিনে বা বিক্রী কৰে
उदाहरण :
শ্যাম এজন খুচুৰা বেপাৰী
पर्यायवाची : খুচুৰা ব্যৱসায়ী
अर्थ : যিজনে বেলেগকৈ, খুচুৰাকৈ বা কম কমকৈ মাল-বস্তু বা চুক্তিপত্র বেচে
उदाहरण :
তেওঁ খুচুৰা দোকানীজনৰ পৰা দুই কিলো চাউল কিনিলে
पर्यायवाची : খুচুৰা দোকানী, গেলামালৰ দোকানী, মুদৈ