सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
उदाहरण : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
पर्यायवाची : পিলাৰ, স্তম্ভ, স্থানু
अर्थ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
उदाहरण : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
पर्यायवाची : খুৰা
अर्थ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
उदाहरण : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
पर्यायवाची : কামোৰা, ডকা
इंस्टॉल करें