पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से খুন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

খুন   বিশেষ্য

अर्थ : কোনো মানুহ, প্রাণী আদিক জানিবুজি কোনো উদ্দেশ্যৰে মাৰি পেলোৱা কার্য

उदाहरण : তেওঁ নিজৰ দেউতাকক হত্যা কৰিলে যিকোনো প্রাণীকে হত্যা কৰা মহাপাপ

पर्यायवाची : বধ, হত্যা

अर्थ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

उदाहरण : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

पर्यायवाची : তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

अर्थ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

उदाहरण : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

पर्यायवाची : নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন

चौपाल