अर्थ : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
उदाहरण :
শিশুটোৰ চুলি খুৰোৱা হʼল
अर्थ : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
उदाहरण :
নাপিতে তেওঁৰ মূৰ খুৰাইছে
पर्यायवाची : মুণ্ডন কৰা
अर्थ : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
उदाहरण :
নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
पर्यायवाची : মুণ্ডন কৰা