सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কণী ফুটি ওলোৱা ডেউকা আৰু পাখি থকা এবিধ উৰিব পৰা প্রাণী
उदाहरण : বিলৰ পাৰত ৰং-বিৰঙৰ চৰাই পৰি আছে
पर्यायवाची : খগ, গগণপতি, চৰাই, পক্ষধৰ, পক্ষী, পখী, পতগ, পত্রী, বিহংগম, বিহগ
अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
उदाहरण :
पर्यायवाची : কামুক, খেচেৰা, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
अर्थ : যি ব্যভিচাৰ কৰে
उदाहरण : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
पर्यायवाची : কামী, কামুক, খেচেৰা, ব্যভিচাৰী, লম্পট, লুচ্ছা
इंस्टॉल करें