अर्थ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
उदाहरण :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
पर्यायवाची : ৰং-ধেমালি
अर्थ : খেলৰ প্রদর্শন
उदाहरण :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
पर्यायवाची : খেল
अर्थ : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
उदाहरण :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
पर्यायवाची : ক্রীড়া কৰা