पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से খোলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

খোলা   বিশেষ্য

अर्थ : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

उदाहरण : মায়ে খোলাৰে মালা চিলাই আছে

पर्यायवाची : কৱচ, খোলক

अर्थ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

उदाहरण : বাদামৰ ওপৰত বহুত টান খোলা থাকে

पर्यायवाची : আৱৰণ, কবচ

अर्थ : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

उदाहरण : তেওঁ জুহালত চাহ বনাই আছে

पर्यायवाची : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

अर्थ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

उदाहरण : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

पर्यायवाची : খোল খোৱা

अर्थ : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

उदाहरण : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

पर्यायवाची : এৰোৱা

अर्थ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

उदाहरण : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

अर्थ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

उदाहरण : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

पर्यायवाची : খুলি যোৱা

अर्थ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

उदाहरण : কোনোবা আদিছে, দুৱাৰখন খোলা

अर्थ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

उदाहरण : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

अर्थ : পিন্ধা বস্তু পৃথক কৰা

उदाहरण : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

पर्यायवाची : সোলোকোৱা

अर्थ : বন্ধন, গাঁঠি আদি খোলা

उदाहरण : জোতাৰ ৰচীডাল খোলা

अर्थ : নিতৌ কার্য আৰম্ভ ্হোৱা

उदाहरण : এই বেংকটো ন বজাত খোলে

अर्थ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

उदाहरण : তেওঁৰ ৰহস্য খুলিল

पर्यायवाची : ওলোৱা, ফাদিল হোৱা

अर्थ : নতুনকৈ আৰম্ভ কৰা

उदाहरण : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

अर्थ : বেংক আদিত খাটা আৰম্ভ কৰা

उदाहरण : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

अर्थ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

उदाहरण :

पर्यायवाची : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

अर्थ : ঢাকি নৰখা বা আৱৰি নৰখা

उदाहरण : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

पर्यायवाची : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

अर्थ : যিটো বন্ধ নহয়

उदाहरण : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

अर्थ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

उदाहरण : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

पर्यायवाची : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে

चौपाल