पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से খোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

খোৱা   বিশেষ্য

अर्थ : খোৱা কার্য

उदाहरण : আমি জংঘলত বাঘে কুকুৰ এটা ভক্ষণ কৰি থকা দেখিলোঁ

पर्यायवाची : ভক্ষণ

খোৱা   ক্ৰিয়া

अर्थ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

उदाहरण : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

पर्यायवाची : আহাৰ কৰা, গিলা, ভক্ষণ কৰা, ভোজন কৰা

अर्थ : মদ সেৱন কৰা

उदाहरण : উৎসৱৰ দিনাখনো তেওঁ ্খায়

पर्यायवाची : গিলা, পান কৰা

अर्थ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

उदाहरण : এই গাড়ীখনে বহুত পেট্রʼল খায়

पर्यायवाची : লোৱা

अर्थ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা

उदाहरण : সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে

पर्यायवाची : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা

अर्थ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা

उदाहरण : বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে

अर्थ : কথা আদিৰে অশান্তি কৰি থকা

उदाहरण : আজি সি মোৰ মূৰ খাই দিছে

पर्यायवाची : চোবোৱা

अर्थ : বাহি থোৱা ভোজন গ্রহণ কৰা

उदाहरण : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল

पर्यायवाची : ভোজন কৰা

अर्थ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা

उदाहरण : তেওঁ মর্টন ্চোৱাই আছে

पर्यायवाची : চোৱোৱা

अर्थ : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

उदाहरण : বৰষুণত লোহা মামৰে খায়

पर्यायवाची : ধৰা

अर्थ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

उदाहरण : অহংকাৰে মানুহক বর্বাদ কৰে

पर्यायवाची : নষ্ট কৰা, বর্বাদ কৰা

चौपाल