अर्थ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
उदाहरण :
ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
पर्यायवाची : গোঁজ
अर्थ : ধাতুৰে তৈয়াৰী শাল বা খিলা
उदाहरण :
তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে