सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সজা বা সজোৱা ভাব
उदाहरण : তেওঁৰ শৰীৰৰ গঠন আটিল
पर्यायवाची : গাঁথনি
अर्थ : অনেক অৱয়বযুক্ত ৰচনা
उदाहरण : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
पर्यायवाची : ৰচনা
अर्थ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
उदाहरण :
पर्यायवाची : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
अर्थ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
उदाहरण : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
पर्यायवाची : প্রতিষ্ঠা, স্থাপনা
अर्थ : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
उदाहरण : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
पर्यायवाची : বেহু
इंस्टॉल करें