अर्थ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
उदाहरण :
ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
पर्यायवाची : অংক, অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত শাস্ত্র, গণিতশাস্ত্র
अर्थ : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়
उदाहरण :
তেওঁ গণিতত বৰ চোকা
पर्यायवाची : অংক, অংক শাস্ত্র, গণিত শাস্ত্র