पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গণ্ডগোল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গণ্ডগোল   বিশেষ্য

अर्थ : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

उदाहरण : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

पर्यायवाची : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা

अर्थ : ব্যৱস্থাৰ অভাৱ

उदाहरण : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

पर्यायवाची : অব্যৱস্থা, গোলমাল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল

अर्थ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি

उदाहरण : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই

पर्यायवाची : অব্যৱস্থা, গোলমাল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা

अर्थ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ

उदाहरण : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে

पर्यायवाची : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ

चौपाल