सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरण : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
पर्यायवाची : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
अर्थ : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
उदाहरण : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
पर्यायवाची : মোৰ
अर्थ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
उदाहरण : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
पर्यायवाची : তীব্রতা, বেগ
अर्थ : চলি যোৱা বা গতি কৰা কার্য
उदाहरण : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
इंस्टॉल करें