सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
उदाहरण : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
पर्यायवाची : গধূলা, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধিয়া, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন
अर्थ : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা
उदाहरण : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল
पर्यायवाची : সন্ধিয়া, সন্ধ্যা
इंस्टॉल करें