सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অতি সূক্ষ্মকৈ
उदाहरण : এই তথ্যৰ খবৰ পাবৰ কাৰণে গভীৰ অধ্যয়নৰ আৱশ্যক
पर्यायवाची : গহন
अर्थ : বহুত ভাল ধৰণৰ
उदाहरण : তেওঁ গভীৰ টোপনি মাৰি আছিল
पर्यायवाची : গাঢ়
अर्थ : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি
उदाहरण : তেওঁ দ পুখুৰীত ডুব গʼল
पर्यायवाची : অগাধ, অগাধনি, অতল, অথাউনি, অথানি, দ
इंस्टॉल करें