सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरण : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
पर्यायवाची : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
अर्थ : যিটো নিন্দা কৰিবৰ যোগ্য
उदाहरण : আপুনি বাৰে-বাৰে নিন্দনীয় কাম কিয় কৰে
पर्यायवाची : অপবাদমূলক, নিন্দনীয়, নিন্দাকৰ, নিন্দাজনক, নিন্দার্হ, বিগর্হিত
इंस्टॉल करें