पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গলা   বিশেষ্য

अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

उदाहरण : তেওঁৰ ্ মাতটো বৰ মিঠা

पर्यायवाची : কণ্ঠ, বোল, মাত, স্বৰ

अर्थ : মূৰটোক ধৰি ৰখা দেহৰ অংগ:জিৰাফৰ ডিঙি বৰ দীঘল

उदाहरण :

पर्यायवाची : কণ্ঠদেশ, গল, গ্রীৱাদেশ, টেঁটু, ডিঙি, নেলু

अर्थ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী

उदाहरण : তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে

पर्यायवाची : কলাৰ

अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

उदाहरण : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

पर्यायवाची : কণ্ঠ

अर्थ : গলি থকা এক অৱস্থা

उदाहरण : বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়

अर्थ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

उदाहरण : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

पर्यायवाची : কণ্ঠ, গল

গলা   ক্ৰিয়া

अर्थ : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা

उदाहरण : বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়

पर्यायवाची : গলি যোৱা

चौपाल