अर्थ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
उदाहरण :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
अर्थ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
उदाहरण :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
पर्यायवाची : প্রক্ষালন কৰা, স্নান কৰা
अर्थ : যিজনে স্নান কৰিছে
उदाहरण :
গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল
पर्यायवाची : স্নাত