पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গাখীৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গাখীৰ   বিশেষ্য

अर्थ : নাৰীৰ স্তনদেশ

उदाहरण : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

पर्यायवाची : কুচকুম্ভ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন

अर्थ : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ

उदाहरण : ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল

अर्थ : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস

उदाहरण : কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়

अर्थ : মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ

उदाहरण : শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ

पर्यायवाची : ক্ষীৰ, দুগ্ধ

चौपाल