सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাং গছৰ নিচিনা এবিধ উদ্ভিদ যাৰ গুটিৰ পৰা ওলোৱা ধোঁৱা নিচা লাগিবৰ কাৰণে পান কৰা হয়
उदाहरण : তেওঁ নিজৰ খেতি পথাৰত গাঞ্জাৰ খেতি কৰি আছে
पर्यायवाची : গঞ্জিকা, গাঞ্জাগছ
अर्थ : দেহত ৰাগী লগোৱাৰ কাৰণে সঘনে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ পূৰঠ পাত আৰু গুটি বিশেষ যাক ধোঁৱা হিচাপে সেৱন কৰা হয়
उदाहरण : গাঞ্জা সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক
अर्थ : এবিধ উদ্ভিদৰ গুটি, পাত আদি যাক চিলিমৰ যোগেদি পান কৰা হয়
उदाहरण : গাঞ্জা খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
पर्यायवाची : গঞ্জিকা, গাঁজা, গাজা
इंस्टॉल करें