अर्थ : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
उदाहरण :
কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
पर्यायवाची : এৰোৱা
अर्थ : গুচোৱা কার্য
उदाहरण :
কুঁহিয়াৰ গুচোৱা হʼল
अर्थ : আনৰ দ্বাৰা গুচা
उदाहरण :
কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে