अर्थ : মানুহৰ মাজত বিয়পি পৰা মিছা কথা
उदाहरण :
আমি উৰা-বাতৰিত মন নিদি সত্যতাৰ অনুসন্ধান কৰা উচিত
पर्यायवाची : উৰা-বাতৰি
अर्थ : উৰা-বাতৰি প্রচাৰিত হোৱা
उदाहरण :
ৰাইজক অনুৰোধ কৰিছো যে সেই গুজবৰ প্রতি গুৰুত্ব নিদিব