पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গুজৰাটী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গুজৰাটী   বিশেষ্য

अर्थ : যিজন গুজৰাটৰ নিবাসী

उदाहरण : গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে

पर्यायवाची : গুজৰাট বাসী, গুজৰাট-বাসী

अर्थ : গুজৰাট ৰাজ্যৰ ভাষা

उदाहरण : গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে

पर्यायवाची : গুজৰাটী ভাষা

अर्थ : যি লিপিত গুজৰাটী ভাষা লিখা হয়

उदाहरण : মই গুজৰাটী পঢ়িব নোৱাৰোঁ

पर्यायवाची : গুজৰাটী লিপি

গুজৰাটী   বিশেষণ

अर्थ : গুজৰাটত থকা বা বসতি কৰা

उदाहरण : গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে

अर्थ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ

उदाहरण : তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে

अर्थ : গুজৰাট সম্বন্ধীয়

उदाहरण : নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে

चौपाल