पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গুণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গুণ   বিশেষ্য

अर्थ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

उदाहरण :

पर्यायवाची : অভ্যাস, আত্মভাব, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

अर्थ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

उदाहरण : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

पर्यायवाची : সূতা, সূত্র, ৰজ্জু

अर्थ : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য

उदाहरण : দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়

पर्यायवाची : পূৰণ

अर्थ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি

उदाहरण : তেওঁ ধনুত গুণ লগাই আছে

पर्यायवाची : গুণা

अर्थ : কোনো বস্তুৰ উৎকৃষ্টতাৰ বিষয়ে জানিব পৰা অৱস্থা বা ভাব

उदाहरण : তেওঁক ্পাঠশালাত নিজৰ গুণৰ কাৰণে সকলোৱে জানে

पर्यायवाची : গুণশালিতা, গুণালংকাৰ, গুণৱত্তা

अर्थ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

उदाहरण : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

पर्यायवाची : লক্ষণ

গুণ   বিশেষণ

अर्थ : গুণ বা বৃদ্ধি কৰা

उदाहरण : সংস্কৃতিৰ সুবাস সহস্ৰ গুণ কৰিব পাৰি

चौपाल