पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গুপ্ত দুৱাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গুপ্ত দুৱাৰ   বিশেষ্য

अर्थ : কাৰোবাৰ ঘৰৰ পিছৰফালে থকা গুপ্ত দুৱাৰ

उदाहरण : পুলিচ অহাৰ খবৰ শুনিয়েই মনোহৰ গুপ্ত দুৱাৰেদি ওলায় গʼল

पर्यायवाची : পিছ দুৱাৰ

अर्थ : মহল আদিত সজা অসার্বজনিক দুৱাৰ, যাৰ বিষয়ে তাত থকা লোকহে জানে

उदाहरण : শত্রুৱে গুপ্ত দুৱাৰৰ সম্ভেদ পালে আৰু সেই পথেৰে তেওঁলোকে মহলত প্রবেশ কৰিলে

पर्यायवाची : গুপ্ত দ্বাৰ, গোপন দর্জা, গোপন দুৱাৰ, গোপন দ্বাৰ

चौपाल