पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গোট शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গোট   বিশেষ্য

अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

उदाहरण : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

पर्यायवाची : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

अर्थ : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব

उदाहरण : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে

अर्थ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

उदाहरण : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

पर्यायवाची : দʼম, সমষ্টি, সমূহ, ৰাশি

अर्थ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

उदाहरण : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

पर्यायवाची : বর্গ, শ্রেণী

चौपाल