सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
उदाहरण : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
पर्यायवाची : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন
अर्थ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি
उदाहरण : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে
पर्यायवाची : গাঁঠি, জোৰা, সন্ধি
अर्थ : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব
उदाहरण : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়
इंस्टॉल करें