अर्थ : বহুত ডাঙৰ শ্্ব্দ কৰা
उदाहरण :
মেঘে গৰজিছে
अर्थ : খঙত ডাঙৰ শ্্ব্দ কৰা
उदाहरण :
বাহিৰত থাকিলে ডিঙিত ভেকুলী বান্ধি থোৱা থাকে আৰু ঘৰত গৰজি থাকে
पर्यायवाची : গৰজি থকা
अर्थ : গিৰ-গিৰ শ্্ব্দ কৰা
उदाहरण :
ৰৈ ৰৈ বিজুলী চমকি আছিল আৰু মেঘে গৰজি আছিল
पर्यायवाची : গর্জন ্কৰা, গিৰ-গিৰ কৰা