पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গৰুড়ধ্বজ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গৰুড়ধ্বজ   বিশেষ্য

अर्थ : হিন্দুসকলৰ এক প্রধান দেৱতা যাক সৃষ্টিৰ পালনকর্তা বুলি মনা হয়

उदाहरण : ৰাম আৰু কৃষ্ণ বিষ্ণুৰেই অৱতাৰ

पर्यायवाची : অনন্তশয়ান, ঋষিকেশ, কমলাকান্ত, কমলাপতি, গোলোকনাথ, গোলোকপতি, গোলোকবিহাৰী, গৰুড়বাহন, চক্রধাৰী, চক্রপানী, চতুর্ভূজ, জনার্দন, নাৰায়ণ, পদ্মনাভ, পুৰুষোত্তম, বিশ্বম্ভৰ, বিষ্ণু, লক্ষ্মীকান্ত, লক্ষ্মীনাৰায়ণ, লক্ষ্মীপতি, শার্ঙ্গধৰ, শ্রীনিবাস, সত্যনাৰায়ণ, সুদর্শন্্ধাৰী, হৰি, ্জগন্নাথ, ্দর্প্্হাৰী, ্শাৰঙ্গপানী

चौपाल