पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গৱাক্ষ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গৱাক্ষ   বিশেষ্য

अर्थ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে

उदाहरण :

पर्यायवाची : খিড়িকি, খিৰিকি, জানলা, জানালা, বাতায়ন

अर्थ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ

उदाहरण : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল

पर्यायवाची : খিৰিকি, বাতায়ন

अर्थ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ

उदाहरण : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে

पर्यायवाची : খিৰিকি, খিৰিকী, বাতায়ন

चौपाल