पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঘণ্টা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঘণ্টা   বিশেষ্য

अर्थ : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়

उदाहरण : গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল

पर्यायवाची : পিৰিয়ড

अर्थ : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়

उदाहरण : গাড়ী এঘণ্টা পলমকৈ চলি আছে

अर्थ : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়

उदाहरण : ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে

अर्थ : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান

उदाहरण : মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট

अर्थ : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ

उदाहरण : ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে

चौपाल