पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঘমঘণ্ট शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঘমঘণ্ট   বিশেষ্য

अर्थ : ব্যৱস্থাৰ অভাৱ

उदाहरण : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

पर्यायवाची : অব্যৱস্থা, গণ্ডগোল, গোলমাল, বিশৃংখলা, হুলস্থূল

अर्थ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি

उदाहरण : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই

पर्यायवाची : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘোটালা, বিশৃঙ্খলা

अर्थ : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ

उदाहरण : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে

पर्यायवाची : উখল-মাখল, হুলস্থূল

चौपाल